Posts

ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয পাংগিং

Image
ধৰ্মৰ নামত ভণ্ডামিৰ ব্যৱসায় ! দায়ী কোন ? - বিজয় পাংগিঙৰ বিশেষ লেখা । ​শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিজ্নৌৰৰ এখন মন্দিৰত এক আচৰিত ঘটনা সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে । বিজ্নৌৰৰ মন্দিৰত সংঘটিত হোৱা এই ঘটনাই আমাৰ সমাজত শিপাই থকা অন্ধবিশ্বাসৰ গভীৰতা'ক চুড়ান্ত ভাৱে উদঙাই দিছে । ঘটনাটো আছিল এনেধৰণৰ— বিজ্নৌৰৰ এখন মন্দিৰৰ চৌহদত এটা কুকুৰে এক নিৰ্দিষ্ট স্থানক কেন্দ্ৰ কৰি অবিৰামভাৱে ঘূৰি আছিল। প্ৰথমতে তাত উপস্থিত থকা কেইজনমান লোকে এই দৃশ্যটো প্ৰত্যক্ষ কৰিছিল । দৃশ্যটো দেখি প্ৰথমে তেওলোকে সাধাৰণ বুলি আওকান কৰিছিল । কিন্তু কুকুৰটোৱে অকণো নোৰোৱাকৈ বাৰে বাৰে একে ঠাইতে ঘূৰি থকা দেখি মানুহবোৰ আচৰিত হ’ল আৰু তেওঁলোকৰ মনত কৌতুহলৰ সৃষ্টি হ’ল। ​লাহে লাহে মানুহৰ ভিৰ বাঢ়িল আৰু কুকুৰটোৰ এই নেৰা-নেপেৰা ঘূৰণ দেখি এই ভিৰৰ পৰা দুই এজন দৰ্শনাৰ্থীয়ে ইয়াৰ লগত ঈশ্বৰীয় সম্পৰ্ক আছে  বুলি ভাৱিলে । এনেদৰে দুই একৰ এই ধাৰনাটো লাহে লাহে গভীৰ হৈ পৰিল । পাছলৈ উপস্থিত লোকসকলে কুকুৰটোৰ এই অস্বাভাৱিক আচৰণৰ কোনো বৈজ্ঞানিক বা চিকিৎসাশাস্ত্ৰৰ কাৰণ বিচৰাৰ সলনি আৱেগিক হৈ কুকুৰটো "ঈশ্বৰৰ দূত" বুলি ভৱা আ...

অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা

Image
অৰ্ণৱ গোস্বামীৰ U-turn: সাংবাদিকতা নে ব্যৱসায়িক কৌশল? - বিজয় পাংগিঙৰ বিশেষ লেখা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সদায় হোৱা উচিত নিৰপেক্ষ আৰু জনস্বাৰ্থ সিদ্ধকৰ । কিন্তু সাম্প্ৰতিক ভাৰতীয় প্ৰেক্ষাপটত সংবাদ জগতখন ক্ৰমান্বয়ে কৰ্পৰেট আৰু ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ মূখ্য আহিলা হয় পৰিছে । এই ধাৰাৰ আটাইতকৈ চৰ্চিত মুখগৰাকী হৈছে ‘ৰিপাব্লিক টিভি’ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী। বিগত কেইবাবছৰ ধৰি চৰকাৰৰ প্ৰতিটো পদক্ষেপক অন্ধভাৱে সমৰ্থন জনোৱা আৰু চৰকাৰৰ সমালোচকসকলক তীব্ৰ ভাষাৰে আক্ৰমণ কৰা এইগৰাকী সাংবাদিকে শেহতীয়াকৈ এক অস্বাভাৱিক স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ আৰাৱল্লী পৰ্বতমালাৰ দৰে পৰিৱেশ সংক্ৰান্তীয় স্পৰ্শকাতৰ বিষয় আৰু অন্যান্য ৰাষ্ট্ৰীয় সমস্যাত তেওঁ চৰকাৰক লক্ষ্য কৰি তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে সচেতন মহলে প্ৰশ্ন তুলিছে— দীৰ্ঘদিন ধৰি চৰকাৰৰ ‘সুৰক্ষা কৱচ’ হৈ থকা অৰ্ণৱ গোস্বামীৰ এই পৰিৱৰ্তন কিবা নৈতিক জাগৰণ নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ অৰ্থনৈতিক বা ব্যৱসায়িক অভিসন্ধি?                ...

বিশ্বগুৰু’ৰ সপোন বনাম বাস্তৱ - বিজয় পাংগিং

Image
বিশ্বগুৰু’ৰ সপোন বনাম বাস্তৱ - বিজয় পাংগিঙৰ বিশেষ লেখা      ভাৰতবৰ্ষই আজি বিশ্বদৰবাৰত এক মহাশক্তি বা ‘চুপাৰপাৱাৰ’ হিচাপে আত্মপ্ৰকাশ কৰাৰ সপোন দেখিছে। ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্য বুকুত বান্ধি দেশ দ্ৰুতগতিৰে আগুৱাই যোৱাৰ দাবী কৰিছে। কিন্তু শেহতীয়া কিছুমান ঘটনাই আমাৰ এই ‘বিশ্বগুৰু’ হোৱাৰ উচ্চাকাংক্ষা আৰু প্ৰকৃত বাস্তৱৰ মাজত থকা ব্যৱধানটো স্পষ্টকৈ উদঙাই দিছে। বিশেষকৈ শেহতীয়া খ্ৰীষ্টমাছ উদযাপনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত যি অসহিষ্ণুতাৰ পৰিৱেশ দেখা গ’ল, সেয়া কেৱল দুৰ্ভাগ্যজনকেই নহয়, বৰঞ্চ অত্যন্ত উদ্বেগজনক।   কিছুদিন আগতে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৰদিনৰ ব্যাপক আয়োজন চলিছিল। কিন্তু এই পবিত্ৰ ক্ষণত বিভিন্ন ঠাইৰ পৰা অহা বাতৰিবোৰে দেশৰ সচেতন নাগৰিকক লজ্জিত কৰি তুলিছে। অসমৰ একাংশ ঠাইত খ্ৰীষ্টমাছ উদযাপনত বাধা প্ৰদান, ইন্দোৰ আৰু ৰায়পুৰত খ্ৰীষ্টমাছৰ সজ্জা লণ্ডভণ্ড কৰা, ফৰিদাবাদত বৰদিনৰ গছ (Christmas Tree) জ্বলাই দিয়া, আনকি লক্ষ্ণৌত আৰক্ষীৰ দ্বাৰা অনুষ্ঠান বন্ধ কৰা বা গীৰ্জাৰ ক্ষতিসাধন কৰাৰ দৰে ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। আনকি কিছু খ্ৰীষ্টান মিছনাৰী স্কুলত বলপূৰ্ব...

আজি দিনটোৰ ৰাশিফল -আজি ১৮ মাৰ্চ, সোমবাৰ । আজি দিনটোৰ ৰাশিফল জানো আহক -

Image
আজি দিনটোৰ ৰাশিফল - আজি ১৮ মাৰ্চ, সোমবাৰ । আজি দিনটোৰ ৰাশিফল জানো আহক -  মেঘ ৰাশি  পাৰ্টি বা পিকনিকৰ আয়োজন কৰিব পাৰি। সুস্বাদু ব্যঞ্জন উপভোগ কৰিব। ছাত্ৰ শ্ৰেণীয়ে সফলতা লাভ কৰিব। ব্যৱসায় বৃদ্ধি হ’ব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। চাকৰিটোত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। নতুন চিন্তা মনলৈ আহিব। ভাগ্য আপোনাৰ পক্ষত থাকিব। টকা উপাৰ্জন হ’ব। বৃষ ৰাশি দুখৰ খবৰ পাব পাৰে। বাক্যত লঘু শব্দৰ ব্যৱহাৰ পৰিহাৰ কৰক। খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক। পুৰণি ৰোগ এটা পুনৰ হ’ব পাৰে। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক। কাম কৰিবলৈ মন নাযাব। আন কিছুমানে আপোনাৰ পৰা অধিক আশা কৰিব আৰু ব্যৱসায় লাভজনক হ’ব। মিথুন ৰাশি প্ৰচেষ্টা সফল হ’ব। সাহস বাঢ়িব। সামাজিক কাম কৰাৰ সুযোগ পাব। সন্মান পাব। ব্যৱসায় বৃদ্ধি হ’ব। বিনিয়োগ শুভ হ’ব। চাকৰিটোত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। আয় বাঢ়িব। কোনো খৰখেদা নাই। প্ৰতিদ্বন্দ্বিতা বাঢ়িব। লাভৱান হ’ব। কৰ্কট দূৰৰ পৰা ভাল খবৰ পোৱা যাব। আত্মবিশ্বাস বাঢ়িব। ৰিস্ক ল’বলৈ সাহস কৰিব পাৰিব। আলহী ঘৰত উপস্থিত হ’ব। সুখ আৰু উৎসাহ থাকিব। ব্যৱসায়ে আকাংক্ষিত লাভ দিব। এলাহৰ প্ৰাধান্য থাকিব। ...

এইবাৰ বিহু মঞ্চত কাৰ কিমান মাননী ?

Image
  এইবাৰ বিহু মঞ্চত কাৰ কিমান মাননী জানিবলৈ ইয়াত ক্লিক কৰক মুকলি পাছতেই চুপাৰ দুপাৰ হিট হোৱা RRR চিনেমাখনৰ ৰাম চৰণ আৰু NTR ৰ হিন্দীং কোনে কোনে কৰিছে জানিবলৈ ইয়াত ক্লিক কৰক আহক IPL ৰ আজি দিনটোৰ পইন্ট তালিকা

মাৰ্চ মাহ, ২০২২ চনৰ মাহেকীয়া ৰাশিফল

Image
 মেঘ ৰাশিয়ে ইয়াত ক্লিক কৰক  বৃষ ৰাশিয়ে ইয়াত ক্লিক কৰক  মিথুন  ৰাশিয়ে ইয়াত ক্লিক কৰক কৰ্কট ৰাশিয়ে ইয়াত ক্লিক কৰক  সিংহ ৰাশিয়ে ইয়াত ক্লিক কৰক  কন্যা ৰাশিয়ে ইয়াত ক্লিক কৰক  তুলা ৰাশিয়ে ইয়াত ক্লিক কৰক  বৃশ্চক ৰাশিয়ে ইয়াত ক্লিক কৰক  ধনু ৰাশিয়ে ইয়াত ক্লিক কৰক  মকৰ ৰাশিয়ে ইয়াত ক্লিক কৰক  কুম্ভ ৰাশিয়ে ইয়াত ক্লিক কৰক  মীন ৰাশিয়ে ইয়াত ক্লিক কৰক

আজি ৪ নৱেম্বৰ - বুধবাৰ । জানো আহক আজি দিনটোৰ ৰাশিফল

Image
আজি ৪ নৱেম্বৰ - বুধবাৰ । জানো আহক আজি দিনটোৰ ৰাশিফল মেঘ ৰাশি ইয়াত  ক্লিক কৰক বৃষ ৰাশি  ইয়াত  ক্লিক কৰক মিথুন ৰাশি  ইয়াত  ক্লিক কৰক কৰ্কট ৰাশি  ইয়াত  ক্লিক কৰক সিংহ ৰাশি  ইয়াত  ক্লিক কৰক কণ্যা ৰাশি    ইয়াত  ক্লিক কৰক তুলা ৰাশি  ইয়াত  ক্লিক কৰক বৃশ্চিক ৰাশি  ইয়াত  ক্লিক কৰক ধনুৰাশি  ইয়াত  ক্লিক কৰক মকৰ ৰাশি  ইয়াত  ক্লিক কৰক কুম্ভ ৰাশি  ইয়াত  ক্লিক কৰক মীন ৰাশি  ইয়াত  ক্লিক কৰক